পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/২৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ম অ—৫ম দূ] কাশ্মীৰ কুমাৰী মন্ত্ৰী-সেনাপতি, লৈ যাওক॥ বিজয়-[ বন্দীক ৰাখিবলৈ ইঙ্গিত দি} বিচাৰপতি, মই | এই বন্দীৰ প্ৰাণ ভিক্ষা খুজিছো। অনন্ত-[ স্বগতঃ ] মৃতকৰ সন্মুখত বিক্ৰপৰ বৈতৰণী। বিজয়দিয়ক বিচাৰপতি, বন্দীৰ প্ৰাণ ভিক্ষা দিয়ক। অনন্ত—মই মুক্তি ভিক্ষাৰী নহও, মোক মুক্তি নালাগে॥ মহাৰাজ শীঘ্ৰে মোৰ শিৰচ্ছেদ কৰাওক। বিজয়-যদি তোমাক মুক্তি নেলাগে, মৃত্যুৰ কাৰণে যদি তুমি ইমান লালায়িত, তেন্তে অভিমানী ষড়যন্ত্ৰকাৰী বিদ্ৰোহী যুবক, কাশ্মীৰৰ সুযোগ্য বিচাৰপতিৰ নামত তোমাকে। বীৰেন্দ্ৰসিংহৰ দৰে মোৰ ৰাজ্যৰ পৰা নিৰ্বাসিত কৰিলে। সেনাপতি প্ৰথম অঙ্ক (শষ।