এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
[ :৩৯ ]
বৈশম্পায়ন বয়ে নিও জন্মি,
মত চৰিত্ৰ জাত মহিমা খায়।
দেখা কেন কত্ত মুণিয়ে কহিলা।
ব্ৰহ্মময় মুণিতেতো সমঙ্গোনিলা। ৬৩
এহি মতে খাতে পাব যেয়ে আছে।
শুনিয়ােক যেন কথা তৈলতা পাচ্ছে।
কমলা বৈকুণ্ঠে মহা সুখতে আছি।
সেহি দিনা যুধিষ্ঠিৰে বাক্য বুলিল। ৬০৫
শুনা বৃকোদৰ খন ছোট দুই।
কমলা বৈকুণ্ঠে আছে আনন্দিত হই।
ঋষি সস্তাসিয়া ফুৰিবাৰু লাগে বন।
তেপেসে অামাৰ সবে গিজে প্রয়ােজন ৪৩৬
মুখ ভূঙ্গি ফুৰিলে নহয় একো কাৰ।
বনবাসী তপস্বীৰ সবে সুখ বা
হেন জানি ভাতৃগৰ কৰিয়ে যান।
প্রতাতজে চলিবে আগয় আনন। ৬৭
গৌতম চাহি মসঠিক পৰিশন।
পাছে ব্ৰহ্মক্ষেত্রে মাৰি কৰিৰে গান।
এমিতে লােন কৰি নাথ শই।
আনদিনা চলি গৈলা ঋষিত *** ।। ৬