পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কামৰূপ [ তৃতীয় ৩য় দৃশ্য ৰতি ওলাই যাব খােজে। সঘৰ সােমাই আছে। স—মায়াৱতি। একলে ইয়াত কি কৰিহাহি ? তি--সম্বৰ ! তুমি আহিবা, আহিবা, বুলি ইয়াতে অখনিৰে পৰা বাটচাই আছে। সম্বকেলেই, এয়া মাখােন তোমাক ভিতৰতে এৰি মই ইয়ালৈ আহিছিলোঁ; তুমি আগ যি হলাই, অখনিৰে পৰা ইয়াত থাকিবলৈ পালা কেনেকৈ ? ৰতিক’ত নন অথনিৰে পৰা ? বােলে, এয়া আহি তােমালৈ ৰৈছো মাথােন। সম্বৰ-তুমি বাৰু মােতকৈ আগ হলাহি কেনেকৈ? ৰতি (হঁাহি)—মানুহনে। কেনেকৈ আগ হয়হি তুমি তাৰে। ও নােপােৱা হল।। বোলে। আকৌ কেচুৱা হোৱা তেনে হলে (হাতৰ তলুৱা দুখনৰ ভিতৰত দেখুৱাই) ইমানটি হােৱা। সম্বৰ—মই সিমানটি হলে তুমি কিমানটি হব লাগিব কোৱাচোন, | মায়াৱতি ! ৰতি--মই আৰু ইমান হৈয়ে থাকিম; সলনি ম কিহৰ গৰত ? সকেণেই, মােৰ জগত। ৰতি -সেই জগৰে আমাক ধৰি নিনিলেহে পাৰিছে, বাের।। | অলপ খাতৰি যায়। সম্বক, মায়াৱতি ! তুমি তেনেহলে মােক ভাল নােপােৱ। ? বতি( গণি আ-িতােমা বে হালনাপাওঁ, গন পাও কাক,