পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৰূপ [ দ্বিতীয় ল-২ নৃশ্য মদন-সচাকৈয়ে, প্রিয়ে। সঙ্কীর্ণ ই জগতৰ বহু কথা -অতীত ! স্বাভাবিক কোন কথা ? স্বাভাবিক নহয় কোনটো ? সমীম ই ধৰীত অসীম এটি খীণ আভাসযাচেঁাতা আকাশতকৈও, স্বভাৱৰ বুকু অতি আহল-বহল। জগতে চকুৰে দেখা পর্বত-সমান কত ঢই উঠি সাগৰত, অতি ক্ষুদ্র বুদবুদপে লান যায় নিমিষতে, কোনে লয় তাৰ লেব-বুজ। তথাপি যে অতীতৰ অনন্ত গৰ্ভত, ভবিষ্যৰ অনন্তত, কত ক্ষুদ্র মহৎ ঘটনা ঘটিছে, ঘটিব আৰু সেইবােৰ বাৰু, স্বাভাৱিক নুবুলিৰ জগতে কিদৰে? তুমি তো নিজেই জানা জন্মকথা মােৰ কি বিচিত্র ইন্দ্রজাল স'তে আছে গোথা। জানা আক, কিরূপে নােমই নিজ পিতা ব্ৰহ্মাৰ বুকুতে, তেওঁ দিয়া শৰেৰেই হানিছিল। প্রথম বাত; বিৰ। জানো তুমি তাকে স্বাভাৱিক? যদি এই গুৰিতেই ভুল, তেন্তে ভুলেৰেই ভুল। লও তুলি; হক মােৰ প্রতিজ্ঞা পূণ। আহা প্রিয়ে, বাটাও কুৰ পাৰত। হয়ে ওলাই যায়।