পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কামৰূপ [ দ্বিতীয় অং-২য়-দৃশ্য মৰিব নােৱাৰি। তাৰ সলনি তােমাৰ কথাখিনিকে কৈ পেলােৱ।। বিজয়া—তেনেহলে ওনা, মােৰ কথাৰ আধ্যা পৰিল। পিছে, সখি! আমাৰ বৰকৈ মন গৈছে, এই বিয়াৰ তলতে তােমাক যেন নােৱাই-ধুৱাই শঙ্কৰলৈ বিয়া দিবলৈ পাওঁ ! জয়া -সখি, মােৰৰ সচাকৈয়ে তেনে এট। হেপাহ উপজিছে; কিয় জানাে, কব নােৱাৰে। পার্বতী-(লাজ কৰি আঁতৰি গৈ) আহ, সখীহঁত! বহুত পলম হল। আজিবসন্ত কালৰ প্ৰথম ফুলৰ খুপিৰে প্ৰভু শঙ্কৰৰ পদত অঙ্গলি দিওঁগৈক বলা। ফুল তুলি লৈ তিনিও ওলাই যায়। দ্বিতীয় দৃশ্য শঙ্কৰৰ সাধন-ভূমিৰ দাতি | মন আৰু ৰতি চুচুক-চামাককৈ সােমাই আছে মদন-ৰতি। সচাকৈয়ে হিয়া মােৰ কিয় আমি বিচঞ্চল লাগিছে সঘনে? ইজিততে বসন্তই আশ্ৰমত পাতিলে শাসন ; গছ-লতল-পাত উঠিছে শিয়ৰ মৈথুনত মতলীয়া হই; বিয়াকুল। তােমােৰাই আমৰ মলত পৰি পৰি, দুগুণে শােন কৰি দিছে ফু-