পৃষ্ঠা:কাম-ৰূপ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কামৰূপ [ দ্বিতীয় অঙ্ক-২য় দৃশ্য

কাম কেনেকই চাপে কাষ সিজনৰ? আসক্তিৰ স্থান তাত ক'ত ? আৰু চোৱাঁ, ব্ৰহ্মাৰ স্বত্ত , ভূ- ততা , মহা মহা দেৱতাসকল, কি নো কথা। ব্ৰহ্মা বিষ্ণু দুয়াে যাক জন এতি ; তেওঁৰ আগত, যাব কি স্পাৰে তুমি ঠিয় হাই ? সিসৰ দাস আমি; ভূত হই আদেশিবা কোন বিধিমতে । আত্মবোধহীন জনে প্রভুত্ব নিজৰ হেৰুৱাই যদি দিয়ে প্রশ্রয় তোমাক, তেতিয়া সঙ্গত হয় ই কাৰ্য তােমাৰ নহলে পালিৰ পাৰ এ আদেশ। মােৰ মনে, চোৱ পুৰু কৰি বিবেচনা মান-হেৰা ৰতি ! বিবেচনা গাৰু মােৰ নাই । দিছে কৰি অৱস্থাই বা নি । ক মাখে। নিয়তিৰ নিয়ম-বায়োন ; নামে বা সানেই, আমি তো কপি মেৰ তাৰ নােৱাৰো এৰাব। শয় সেত জীৱনৰ; ই যায় উটাই-ই; তাৰ কূিলে যােৱা হাঁহি-®} বৃথা চেষ্টা মাখে। কাব্যৰ খাৰ ৰা নহয় সহ; কোনেক অভ্রালি, তুমি বাৰু কৰ্য বুর। নিল বি গুলাে, ফ্যৰ