সমললৈ যাওক

পৃষ্ঠা:কামৰূপৰ বুৰঞ্জী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ম আধ্যা। 11. মীৰ-জুলাৰ আসাম আক্ৰমণ। (১১৯) মীৰ জুমলাৰ আক্ৰমণৰ এটি উপকথা। (১২০) আহোমৰ পৰাজয়। (১২১) বিষয়াব ঠাই নি। (122) হামৰ বল। (১২৩) তিপামত বঙ্গাল। (১২৪) দিলাল-থাৰ বাজমন্ত্ৰীলৈ চিঠি। (১২৫) মহাৰাজাৰ পাসাৰ লগত বৈবাহিক মিত্ৰতা। (১২৬) খানথানা ভটীয়ালে। (১২৭) বিষয়াৰ শাস্তি। (১২৮) পাসালৈ স্বৰ্গদেৱৰ চিঠি। (১২) জয়ধ্বজ সিংহৰ পাসালৈ কৰকাটল আৰু মৃত্যু। পিঠি ৬৩-৭৩॥ ৯ম আধ্যা। ৰামসিংহৰ আসাম আক্ৰমণ। (১৩০) চক্ৰধ্বজ সিংহ ৰাজপাটত। (১৩১) পাসালৈ আহোম কটকী। (১৩২) স্বৰ্গদেৱলৈ পাসাৰ উত্তৰ। (১৩৩) ফুকনলৈ দিলাল-খাৰ চিঠি। (১৩৪) দিলাল লৈ ফুকনৰ চিঠি। (১৩০) তিনি গোহাঁইৰ ৰচিদ-গালৈ চিঠি। (১৩৬) স্বৰ্গদেৱৰ ওচৰত ৰচিদ-খা (১৩৭) চক্ৰধ্বজ সিংহৰ ৰাজ্যাভিষেক। (১৩৮) চক্ৰধ্বজ সিংহৰ যুদ্ধৰ আয়োজন। (১৩৯) যুদ্ধ আৰু বঙ্গালৰ পৰাজয়। (১৪০) গুৱাহাটীত গড়। (১৪১) শৰাইঘাটত ৰামসিংহ। (১৪২) যুদ্ধৰ সমাৰোহ। (১৪৩) শৰাইঘাটত যুদ্ধ। (১৪৪) চক্ৰধ্বজৰ মৃত্যু। (১৪৫) ৰামসিংহৰ লাছিত ফুকনলৈ চিঠি। (১৪৬) বৰফুকনৰ ৰামসিংহলৈ চিঠি। (১৪৭) ৰামসিংহই গুৱাহাটী খোজে। (১৪৮) বুঢ়াগোঁহাৰে গুৱাহাটী মেৰিলে। (১৪৯) লাঞ্ছিত বৰফুকনৰ মৃত্যু। ( ১০০ ) নামৰ মৃত্যু। (১৫১) দেবেৰাই পতা ৰজাসকল। (১৫২) নৰাৰ আৰু স্বৰ্গদেৱৰ চিঠি। (১৫৩) চিন্তামণি-গড়। পিঠি ৭৩-৯১॥ ১০ম আধ্যা। গুৱাহাটীত নবাব মন -।। (১৫৪) নবাবৰ গুৱাহাটী আক্ৰমণ। (১৫৫) পৰ্ব্বতীয়া ৰাজাৰ মৃত্যু। বৰফুকনৰ মৃত্যু। (১৫৭) চুলতান আজমৄতৰাৰ চিঠি (১৫৮) বঙ্গালৰ পৰাজয়। শাস্তি॥ পিঠি ৯১-৯৬॥ (১৫৬) লালুকসোলা (১৫৯) বিষয়াৰ