আদিৰ জীৱন চৰিত্ৰ পঢ়ি এই কথাৰ সত্যতা হৃদরক্রম কবিবা |
"অৱশ্যে তোমাৰ মত সঁচা আবু আনব মত মিছা এনে aan জ্ঞান-বুক্তিৰ দ্বাবাই তোমাৰ মনত ঠাই পালে বাটলৈ আনিবলৈ চেষ্টা কৰিবা, কিন্ত নিন্দা, পেংলাই, তুচ্ছ-তাচ্ছিল্য নাইবা কঠুৱা ব্যৱহাৰ কৰি বা বলেৰে নহয় । পৰব মত, পৰব বিশ্বাস ভুল বুলি বুজিলেও তেওঁ- লোকব বুক্তি তৰ্কত আস্থা দেখুরাবা | লোকে যেনেকৈ তোমাৰ মতত বা বিশ্বাসত আস্থা দেখুৱাবলৈ তুমি আশা ‘কৰা, পৰেও সেইদৰে তোমাৰপবা তেনে আশা কৰে এইটো নেপাহবিবা | আকু এইটোও পাহৰিব নেলাগে, যে কিজানি চালনীৰে চালি কুলাৰে জাৰি আনেও তোমাৰ মতত তোমাৰ চকুত নপবা ভুলৰ তুঁহ-পতান উলিয়াব পাৰে ! তোমাৰ মনৰ দুৱাৰ সদায় মুকলি কৰি থবা | কাৰণ লোকে তোমাৰ মত আৰু বিশ্বাস অসাবন্বা প্রমাণ কৰিব পাৰিলে, ততালিকে সেই অসাকরা মত আৰু বিশ্বাস দলিয়াই পেলাই তাৰ ঠাইত লোকৰ সাবন্বা মতক ঠাই দিব লাগিব । নতুবা তুমি কণা, মিছা অহঙ্কাৰী কুসংস্কাৰ গুচাবলৈ গৈ নিজে সাজি লোৱা কুসংস্কাৰৰ লেটাব ভিতৰত্ বান্ধ খোৱাটো মূর্খতা |
8৭ সকলো WAVE সম্মান আৰু শ্রদ্ধা কৰিব|
তোমাৰ একে শাবীৰ একে জাতবে হওক বা তোমাতকৈ নীহ শাৰীৰ জাতবে হওক বা ওখ জাতবে হওক, সকলোকে
৪১ =