ডাঙৰ মানুহ প্রেটুৱা বা পথালি কোমোবা হৈ অকামিলা হয় | তেনে মানুহৰ লগৰ পৰা বাবটা মাহৰ তেৰটা নবিয়াৰ জগৰ কেতিয়াও নুগুচে | সবহকৈ নেখাবা 'তাককটক cata, cabs তিনি ভাগৰ এভাগ সদায় খালি বাখিবা ; তেহেলৈ তুমি ভোজকে খোৱা, বা দৈনিক খোরাকে খোৱা, নাইবা aca খোৱা | ভোজ খাবলৈ বহিলে বা লোকৰ ওপৰত খাবলৈ পালে, অনেকৰ ডিঙি- লৈকে খজা অভ্যাস আছে ; কিন্ত তেওঁলোকে এইকেৰা ভাবি নেচায় বে বস্তু লোকৰ হলেও প্লেটটি নিজৰ । “অতি ভোজনং খোৱা পাতত বা মেজত বহি তোমাৰ fre বেহা- বেপাব বা বিষয়-কাৰ্ব্যৰ কথাকে উৰাই-ঘূৰাই কৈ নেথাকিবা | সেই অসভ্য অভ্যাস থাকিলে এবিবা | খোৱাৰ পিছত অন্ততঃ আধা ঘণ্টামান জিবাই তাৰ পিছতহে কামত লাগিব| | খোৱাৰ পিছত লৰি খোজ নেকাটিবা। ‘মুত্যুধাবতি ates: শাস্ত্ৰৰ বচন |
৩৫৷ সৰ্ব্বাঙ্গ সুন্দৰ উন্নতি কৰিবলৈ লক্ষ্য বাখির্ব 2
তোমাৰ শাৰীৰিক, মানবিক আবু নৈতিক উন্নতিত সমানে চকু দিবা | ব্যায়ামাদিত গে মন দি উন্মতিলৈ আওহেল! “কৰিলে তুমি এটা মাল বা wea হ'ব পাৰিবা, কিন্ত শুবৰ wie কলচী ate সুন্দৰ মানুহ হব নোরাবা | নৈতিক ate শাৰীৰিক উন্মতিলৈ পিঠি দি অকল বুদ্ধিৰ উন্নতিৰ চেষ্টা কৰিলে এটা কিউতকিমাকাৰ মানুহ নামধাৰী প্ৰাণী হব পাবা, সম্পূর্ণ মনুষ্যত্ব লভিব নোরাবা | অন্ধ-বিশখ্বাসীজন বর্দোমভ “গাজী 'ব শাৰীৰ বাহিৰে আন শাবীলৈ যাৰ নোৱাৰে | একোটা ডাঙৰ
৩২