কাম ate ধেমালিৰ বান্ধ-ছাটবিলাক আমাৰ’ মানুহে ঘাইকৈ শিকিব লগায়া, কাৰণ তাৰ ওপৰত আমাৰ স্বাস্থ্য, সুখ, দুখ আবি, জীৱন নিৰ্ভৰ কৰে |, খোৱা ঘবটো, খোৱা, ঠাইখন সদার নিকা, বতাহ বলা আব ঘিণ,নলগাঁ হব লাগে ; তেহেলৈ তুমি ইংৰাজী প্রথাতেই খোৱা বা দেশী নিরমেই খোৱা | আহাৰৰ মাজত ঘনে ঘনে পানী নেখাবা | তেনেকৈ খোরাসকলে পানীৰ লগতে অজীর্ণ বোগকে। পেটৰ ভিতৰলৈ aaa নিকা, মলি নথকা, om বা 'কিলটর্ড” পানী খাবা | পানীৰ বিষয়ত সদাই সাৱধান হবা | সদাই গা a গা fre কৰি ৰাখিবা on বোৱা পানী কুহুমীয়া হলে ভাল cata নিকা কাপোৰ- কানি পিদ্ধিবা | তৰপে তবপে মলিবে তেল-চিকটীয়া কাপোৰ পানীত জুবুৰিয়াই আব ব'দাই পিন্ধিলেই অথবা তিনিপুবন্ধীয়া মলিৰে ক'লা পাটৰ চুৰিয়া বা ৰঙাচুৰিয়া পিন্ধি শুচি হৈছোঁ৷ বুলি কুবিলেই শুচি নোহোৱা, নিশ্চয় জানবা | শোৱা পাটীৰ তুলি আৰু কাপোৰ আব, তলত aa দিনৌ vein আৰু বতাহত থবা | শোৱা ঘৰ ভালকৈ বতাহ বলা হব লাগে| টোপনি সাত আঠ ঘণ্টাৰ কম নকৰিবা | বাতি দহ বজাৰ পিছলৈ ওবলৈ নেখাকিবা | আক ৰাতিপুৱাই উঠি প্ৰাতঃকৃত্যাদি সমাপন ‘কৰি মুকলি বতাহত কুৰিবা | নিদ্দিষ্ট সময়ত ব্যায়াম আদি কৰিব | TA ঘূৰোৱা, fe কৰা বা আজিকালি ওলোৱা “‘চেণ্ডো৷” আদিৰ মতে ব্যায়াম কৰিবলৈ হেলা নকৰিবা| । তোমাৰ গাড়ী হন: হাতী আছে বুলি খোজ কাঢ়ি নুফুবি নেথাকিবা | খোজ কাঢ়িব নোখোজা cate
৩১