সমললৈ যাওক

পৃষ্ঠা:কামত কৃতিত্ব লভিবৰ সঙ্কেত.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভালকৈ চোবাই খাবলৈ কেতিয়াও আওহেলা নকবিবা ; কাৰণ ভেকুলীৰ নিচিনাকৈ তোমাৰ পেটত দাত- নাই জানিবা | লোকেৰে , সৈতে লগ লাগি বহি বং-ধেমালিৰ কথা কৈ" aga 'মনেবে খালে সৰহকৈ খাবও পাৰি আৰু খোরা আহাৰ ভালকৈ জীণ বায়। ভাত খাবৰ আগেয়ে কেতিয়াও মনত খং উঠিব নিদিবা | আব ভাতৰ পাতত বেচ-পেচ ববি বান্ধনীবে সৈতে দন্দ-হাই-খবিয়ান কৰি ভাত খালে তোমাৰ পৰিপাক শক্তিৰ অনিষ্ট হব নিশ্চয় জানিবা | বাপেক-মাকে যব কথাতে «fata কৰি আহি দেখুৱাই লবা-ছোরালীক এই বেয়া স্বভাৱটো নিশি- alata সদায় সাৱধান থাকিব লাগে | বেঞ্জামিন ক্রেক্ক- লিনব বাপেক-মাকে খাবৰ সময়ত, বান্ধনীয়ে বান্ধি আনি দিয়া খাদ্য ভাল-বেরা সমালোচনা কেতিরাও নকবিছিল, আব পুতেকহ'তকো৷ কৰিব নিদিছিল | সদায় নিৰূপিত কালত খাবা | আজি পুরা, কাইলৈ দুপৰীয়া, পবশুইলৈ তিনিপৰীয়া খালে তোমাৰ গাত অজীর্ণ বোগে বাহ লব নিশ্চয় জানিবা | রুবোপীরানে যিমান কামতে মগণ থাকক, নিদ্দিষ্ট সময়ত কাম কৰিব, বংধেমালি কৰিব পিছত খাম, এতিয়া খাই শুই ল পিছত কাম কৰিম বুলি সদায় অনিয়ম কৰি অকালত খাই-শুই কম কৰি নিজৰ স্বাস্থ্য বেচি কাম কিনে, কাম বেচি টোপনি কিনে, টোপনি বেহাই নবিয়া কিনে | মুৰোপীয়সকলৰ আন আন অনেক শিকিব লগীয়া ভাল গুণৰ ভিতৰত খোৱা, শোৱা,

৩০