সমললৈ যাওক

পৃষ্ঠা:কামত কৃতিত্ব লভিবৰ সঙ্কেত.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লোকব গাত তেজৰ চলাচল স্থুকলমে নঘটে ; মন উপ্ডল- থুগুল কবি থকা স্বভাৱত পৰেগৈ ; আক বৃুদ্ধিব ala পৰি বায় | এই বিধ মানুহে, ব'ত আৱশ্যক নাই, তাতো লবালবি লগাই কামৰ অনিষ্ট কৰে ; জোলোঙাত জাপি ভবাবলৈ গৈ সময় নষ্ট কৰে আব হালত নাঙল ঠেলিব নোৱাৰে, নাঙলেহে তেওঁলোকক ঠেলে । কলিকতাৰ কেৰেয়া গাড়ীৰ ধৌবাব নিচিনা এই বি হওক বা অনাহকতেই ac চেবেলা আব, মৰ্‌ কেলেপ za; কুৰিশতিকাৰ কামৰ অবিরাঅবিত পৰি কি ছাতব, কি ডাক্তৰ, কি উকিল, কি মুদৈ, কি সদাগৰ aia মকলোৱেই আজিকালি এই হেবাথুৰি খাই za অৱস্থাত পৰিছে। ডেকামকল এই বিষয়ত গুবিবে পবা সারধান হোৱা ভাল | ইঙ্গুল- নব ভালেমান ছাতৰে বছবব আগ ডোখব ঢিলা শোলোকাকৈ পঢ়ি বা নপটি পবীক্ষাব ওচবা-উচবিত mai জীওঁ-সৌ-আবধি কবি ওৰে বাতি তেল পুৰি পঢ়িবলৈ এৰে | এইদৰে লাগি কোনোৱে মহলাত উঠিলেও স্বাস্থ্য Grae যে তেওঁ চিৰদিনলৈকে বন্পীয়া ঘুণীরা হ’ব, এই কথা তেওঁৰ মনত তেতিয়া নেখেলার | অনিয়সি পবিশ্বম কৰি তেওঁলোকে ঘি ঘটে, গোটেইটো জীব তাৰ wo ভৰি ধাৰ শুজোতেই যায় | একে বাতিৰ ভিতবতে বনী হব খোজাসকরব ডাল-দবিপ্র fete হৈ থাকোঁতেই প্রায় কাল, কাটে | কাচিৎ ধন পালেও তেওঁলোকে তাতকৈ হেজাৰ গুণে মূল্যৱান স্বাস্থ্য হেবদ্বার |

২৮