সমললৈ যাওক

পৃষ্ঠা:কামত কৃতিত্ব লভিবৰ সঙ্কেত.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অনেক সময়ত সেই খঙৰ আৱশ্যকতাও আছে। কিন্তু সেই তাজী cate সদাই ডবল লেকাম লগাই কৰতলীয়া কৰি বাখিব লাগে | খঙত জলি-পকি থকা ্বাস্থ্যহানি হয় ; তেহেলৈ সেই খং চিঞবি-বাখবি দেখুৱাই কবাই হওক বা মনতে লুকুৱাই থোৱাই হওক |

২৬। মনটে| সদাই feats ৰাখিবলৈ শিকিব ¢

অস্থিৰ মনৰ মানুহৰ খোজেপতি বিপদ | চিত্ত ব্যৱস্থিত কবি ৰাখিবা | “‘অব্যৱস্থিত চিন্তস্য প্রসাদোহপি creas” বুলি নীতিশান্ত্ই কৈছে। লবাকালবেপবা মন fa কবি an গুণটি অভ্যাস কৰিবলৈ সকলোৱে যতন কৰিব লাগে |

২৭ সদাই আনন্দ মনেৰে থাকিবলৈ চেঞ্ কৰিব 2

বিপদত মন মাৰি ren হৈ নেথাকি শীঘে সেই বিপদৰ ডাৱৰ উৰি বাব ভাবি, পৰমেশ্বৰৰ ওচৰত ভবি- Set মঙ্গল কামনা কৰি বং মনেৰে থাকিলে বিপদে তোমাক কাবু কৰিব নোৱাৰে |

Tea সদা we বুলি শাস্ত্ৰত কৈছে | আপো- ma মনৰ অৱস্থাত স্থ্খ-দুখ স্বৰ্গ, নিবক জানিবা 1 অমঙ্গলৰ পৰাও মঙ্গল ওলায় | আনন্দৰ মুখ দাপোনৰ দবে | তাত লোকৰ হাহি-মুখৰ ছা পৰে। “aka ভালে ভগ২ ভাল" বুলি বুঢ়া লোকে কয়। অনেক সময়ত সুফল-কুফল দ্টশুৰৰ চৰণত সমৰ্পণ কবি নিষকাম ভাৱে

২৪

ৱি eens