আজি যাক তুমি ভালকৈ জানিব বা বুজিব নোৱাৰি বেয়া বা ভাল ভাবিছা, তাৰ বিষয়ে কাইলৈ জানিলে, তোমাৰ মত বদলাব লাগিব | কোনো লোকক অলপমান জানিয়েই তাৰ বিষয়ে এটা বাবণা কৰি লোৱাটো" ঠিক
Tita কৰিলা৷ ! কোনে| এটা কাম বা ব্যৱহাৰ এজন লোকক কেতিয়াও সম্পূৰ্ণবূপে বুজিব নোৱাৰি | লবালবিকৈ 1 কৰা আৰু গঠন কৰি তাক প্রকাশ Fa লোকৰ পদে পদে বিপদ |
২৫1 খং দমিব। 2
খং খন্তেকীয়া উন্মন্ততা | এই বলিয়া অৱস্থাত মানুহে এনে কাম কৰে বে খং মাৰ গলে তেওঁ তাৰ নিমিত্তে লাজ পায় আৰু অনুতাপ কৰিব লগীয়া হয় | সেইদেখি সদায় খঙৰ মুখত টান লেকাম লগাই থবলৈ নেপাহৰিবা | লমান লেখাপঢ়া জনা, আন প্ৰকাৰে সজলোকে , “খং নামে চগালকদনিব নোৱাৰি নিজৰ উনৃতিৰ গুবিত নিজে বৰকুঠাৰ মাবে | বৰ খঙাল মানুহেও চেষ্টা কৰি লাহে লাহে অভ্যাসৰ সোঁতত পেলাই aoe নিজৰ বশলৈ আনিব পাৰে । তাৰ খং আছে বুলিয়েই যে সি মানুহটো গুচিল, এনে নেভাবিবা | খং সকলোৰে আছে আব, থকাটো একে৷ বেয়া কথাও নহয় |
ভ
২৩