হব নোৱাৰে | লোকৰ কথাকে নকওঁ, আজি তুমি নিজকে কাইলৈ সেই মত ভুল প্রমাণ হোরাটো একো আচবিত নহয়। বহুত ডেকাই বিশুবিদ্যালয়ৰ মহলাত উঠিব নোৱাৰি, নিজক অকামিলা মূৰ্খ ভাবি, নিবাশাৰ নাদৰ পাৰত ভবি দি আত্মহত্যা পর্যন্ত কৰিবলৈ আগ দেখা বায় | সি হঠাত নিজৰ বিষয়ে এটা ভুল মত সাি লোৱাৰ কল মাথোন | ছাৰ ওৱালটৰ স্কট আবু ভাবউ asia ছাত্ৰ-জ্ীবন আলোচনা কৰিলে এই হঠকাবিতাৰ অপাবন্ধ বুজিব পাৰি | জগদ্বিখ্যাত অদ্বিতীয় নেপে৷ চি বোনাপাট আৰু ওৱাটাৰ্পুত তেওঁৰ গৌবৱংবজ Rhea জীৱনত ভবিষ্যত মহদ্ছৰ চিনাকি দিব পৰা নাছিল | ইংৰাজ-ৰাজ-লক্ষ্ণিৰ তি কহিনুৰ আবৌতা ক্রাইবে স্থলত পো ছাতৰৰ মাজত মহামুর্খ নাম পাইছিল | জেনেৰেল গ্রাণটৰ বৃদ্ধির চোক লাহে লাহে শেহবরমতহে ওলাইছিল | স্কট্লেণ্ডৰ বিখ্যাত কবি আব গান বটোতা বর্ণচ্ ইস্কুলত ভোটাবুধীয়া বুলি বিদিত আছিল | তেওঁৰ অব্যাপকে areas গোরা ratte, তেওঁক শিকাব নোৱাৰি হবিছিল | চেবিডনব অধ্যাপক ডাক্তৰ পেৰিয়ে চেবিডনক ইস্কুলত অকামিলা ল’ৰাৰ শাৰীত পেলাই থৈছিল | গল্ড- স্মিথৰ লগৰীয়া ছাতববিলাকে তেওঁৰ নাম “মূৰ্খ অলগদ্ধ থৈছিল | পৰৰ বিষয়েও লৰালৰিকৈ মত নগটিবা |
২২