এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
>
ক এধাডুখৰীয়। FRA ;
বা বা কৰিব৷ | মাছ মঙহ আব ও সুখ নিদি 1ন | এবাকে চেলীয়া বিদ্যা, এবা- ফল, সনর, শৰীৰ আৰু সন্মান নষ্ট | | পখিলাই সয়ুদ্ৰৰ তলৰ হকে পঢ়া, বিহকে কৰা, তাত সেইখিনি,
sel কোনে। কাধ্য সিদ্ধি নোহোৱ৷ পর্যন্ত তাত নেৰানেপেৰাকৈ লাগিবা £
- প্রথম চেষ্টাত কোনো কাম হৈ নুঠিলে, দ্বিতীয় বাৰ চেষ্টা কবিবা ; দ্বিতীয় বাবত হৈ নুঠিলে তৃতীয় বাৰ- কবিবা, তৃতীয় বাৰত হৈ নুঠিলে আকৌ চেষ্টা কৰিবা, দেখিবা cee তোমাৰ চেষ্টা সফল হবই | গজালটো একোবত নোগোমালে দুকোৰ তিনি কোব চাৰি কোব পাঁচ কোবত সোমাবই সোমাব | বি এবাৰত কোনো ভাগৰ বা ভয় লাগি পিছ হু হকি পৰে, তাৰ কোনো কালে কোনো
১৫ হং