আহে ; আবু কথাত বহণ সনা বেপাবীজঁনৰ কথা I হৈ মিছাব শাৰীলৈ নামে | এই শাৰীৰ লক্ষ লক্ষ বেপাবীৰ cate দহ বছবৰ আগেয়ে যি মেমেৰা আছিল, আজিও দেখিবা সেই মেমেবাই আছে, ‘বদি ‘ইমান দিনেও সি জয়-পাতে-ক্ষয় হোৱা নাই | যেনে দেখা! যেনে শুনা ঠিক তেনেটি কৰা | কথা ভালকৈ নেজানিলে তাক নকবা | কণা বঢ়াই কোৱাৰ ফালে ঢালকে নলবা I
৫। নিজৰ দোষ ততালিকে স্বীকাৰ কৰিবা?
দোষ সকলোৱে কৰে ৷ কিন্তু ভালেমানে তাক স্বীকাৰ নকৰে আব কৰিবলৈ লাজ পায়। নিজৰ দোষ বুজিব পাৰিলে orc স্বীকাৰ নকবাকৈ নেথাকিবা | দোষ সৈ কঢ়াটো ওখ মন আব সৎসাহব চিনাকি : আসৈ মতাটো নীচ মন আকু কাপুৰুষতাৰ চিনাকি । বুজিব পাৰিয়েই হওক বা বুজিব নোরাবিয়েই হওক মানুহ মাত্ৰকেই দায়-জগৰ কৰাৰ পৰা হাত সাৰিব নোৱাৰে । সেই দায় পিছত বুজিব পাৰিলে খোলা মনেৰে সৈ কাঢ়ি আগলৈ তেনে নকৰিবলৈ মনত খিবাং কৰি সাহিয়াল পুবন্যব শাৰীলৈ যাবা | তেনে কৰাটো অপমান বা লাজৰ কথা কেতিয়াও নহয় | বভত নামজ্বলা মুখিয়ালি বোলোৱা মানুহৰ গাতো এই ফেবা সতসাহৰ অভাৱ দেখা বায় । আপোনাৰ গীত ঘাটি হৈছে বুজিব পাৰিলে তাক স্বীকাৰ কৰা মানুহে লোকৰ পবা সন্মান আৰু «pa আকৰ্ষণ কৰে | দহজনে বাক প্রকৃত সন্মান আক «pa কৰে
A +.