পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
পাঁচতম তাঙ্গৰণৰ জাননী।

 এই পাঁচতম তাঙ্গৰণ যুগুত কৰোতে এই পুথিৰ ভালেমান লৰচৰ কৰা, আৰু এক দৰ্শন নকৈ লিখা হৈছে; এতেকে ইয়াক যে পঢ়োতাবিলাকে আগতকৈও ভাল পাব, তাত সংশয় নাই। সকলােৱে এবাৰ পঢ়ি চালে লেখকৰ শ্ৰম সফল হব।

 ৭ম আহিন, ১৮১৩ শক।  লেখক।

 
ছয়তম তাঙ্গৰণ।

 এই তাঙ্গৰণত ইয়াৰ অনেক উৎকৰ্ষ-সাধন কৰা হৈছে; এতেকে লেখকে ভাবে যে পঢ়োতাই ইয়াক পঢ়ি সন্তোষ পাব।

 লেখক।