এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অঙ্ক।
——ঃ(০)ঃ——
প্ৰথম দৰ্শন
——(০)——
কীৰ্ত্তিকান্তৰ ভিতৰ-চৰা৷
মোহন চন্দ্ৰ। — (বাহিৰৰপৰা) হেৰ বাপা, ঘৰত আছ নে অ?
কীৰ্ত্তি। — (মনে-মনে) এস্! আহিল এইজন মিছা-মিছিকৈ কিছুমান বকিবলৈ৷ (প্ৰকাশকৈ) দদাই দেও! আছোঁ; আহোক।
মোহন। — বাপা, কি কৰিছা?
কীৰ্ত্তি। — দদাই দেও, আছোঁ হে ইয়াতে, খেতি-