পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৩ ] ৬। এক মালিনীৰ পুষ্পবাৰী অতি বিতােপন। ফুলি আছে পুষ্প অতি দেখিতে শােভন। সেই পুষ্প মধুকৰে চুহি ৰস খায়। সাত গােট ফুলে এক ৰতি মধু পায় । এক মহাস শুয়ে এক ভ্ৰমৰাই । এহি মতে ৰস গুঞ্জে সহস্ৰ ভ্ৰমৰাই । কহিও কায়স্থ সব ইহাৰ নির্ণয়। কৃতগােট ফুল ভৈল! কহিও বুজায়। ভাঙনী :----প্রথমে এহেজাৰ মহা দুৰিব।। চর্বিশেৰে পূৰি পাইবা ধিমান। হাজাৰ মাৰ ৰাত্ৰি সিমান। সাতে গুৰি পাইবা যত ফুল। কহিব কামু নহইবা ভুল , উত্তৰ :--১৮০০ ফুল। ৭। মনিৰাজ নামে পক্ষী আছে এক ৬৫। সামা সংখ্যা নাহি পক্ষী অাছে যত শাখ। ৰজাৰ ভাণ্ডাৰে পাইলা এক শত টকাৰ কৰি। পক্ষী সবে মিলি তাক পাইলা গুৰা কৰি। এক পক্ষীক ধৰি ৰজাই কৰি পুচুন। তিল প্ৰমাণ কৰি আমি খাইলে। পক্ষাগণ। মণ দিয়া বুজা ৰাজা পক্ষী কত গুন। উত্তৰ-১০২৪৩০পক্ষী। । আৰু এক আৰ্যা কহো না আতপৰে। উপহাস নকৰিবা কথা কহে পাৰে।