পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| [ ৮০ । ইটো মত তােৰসৱে নিন্দা নকৰিবা। কিভাপতি পৰা নাই নিশ্চয় জানিব। বিৰাটী চালত কিছু আছিলেক ছাত্র। শুনি চালে। ইম। বিদ্যাৰ নোহে পাত্র। তথাপিতো গুৰুৰ যি উপদেশ বৈলে ।। সৰস্বতী মাতৃক যে হৃদিত ধৰিলে। তুষ্ট হৈয়া মাতৃ কিছু দিল। উপদেশ। এহি মতে মাতৃক যে শিকাইলে। অশেষ। সৰস্বতী মাতৃক যে ভক্তি মাতৃ বোলে। তাহাৰ স্বামীক কৰি দেৱগণে বোলে । তহান একান্ত ভর্ণ প্রভূ শুলধাৰা। কিতাপ শাস্ত্ৰখন পূবে অাছে কৰি ? তাৰ মত লৈয়া এক চিত্ত কৰি । সংসাৰ তৰণ হেতু বোলা হৰি হৰি। কহে চুড়াননি আক মহা মূঢ়মতি । নৰিল। দোষ আত সমাজ সম্প্রতি সৰু উপদেশে তােৰ হৰিক ভজি ও } ৰাম নাম নির্মল সমুদ্রে মজিও ও বালক সবৰ আগে কহিও বুজাই। পর বন্ধ ভৈলা আ'ত মোৰ দোষ নাই। হেন জানি সভাসদ এৰা আন কাম। পাক চাৰােক ডাকি বােলা ৰাম ৰাৰ।