পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৭৯ ] যত যত আঙুল পিয়াল যিটো ধৰে। এহি মতে কৰিবাহা কৰিলেহে সাৰে। লক্ষশত পূৰা তাকে বুজিব পাৰে। এহিমতে আঙুলায় পিয়ালক ধৰি । টাৰােত আঙুল যদি বুজিবাক চায় । ২৪ আঙুলে হাত নিশ্চয় যে পায়। হাত যত বােলে সেই ২৪ ত পূৰি। আঙুল পাবয় যদি তাহাতেসে জুৰি । দুগুণ কৰিয়া তাক গও জানিও। একত্র কৰি তাক টাৰ বুজিওক । আপা টাৰে দুইচোক জানি নিশ্চয়। চোকে দেৰ হাত চাৰি আঙুল হােৱয়। দুই পােণে এক জলে আঠ যে আঙুল । একুপ কৰিলে হব কুৰি আঙুল । এক পােণে দশ আঙলােক বুজিওক। দশগাই পাছ আঙুল ওক। দুই গণ্ডাই এক আঙুলক লৈবা । এহিমতে চাক পােপ গণ্ডাক বুজিব। পিয়লৰ কথা আবে হিমানে থওঁ। না পাছে যেন কথা তাৰ কথা কওঁ । পুর্বে মহাজনে আক নিবন্ধি আয়। পদবন্ধে জ্যোতিষ যে চড়ামণি ৰয় । নধৰিবা দোষ আত কায়স্থ সকল।। তােৰাসবে আক জানি অছা সর্বকাল।