পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৮ ইয়ে। এক অস্কৰ গতি । কহিয়ো কায়স্থ কলো সম্প্ৰতি। পচিশ লেঠাই কঠাক ধৰে । কাঞ্চা কণ্ঠ বুলি কহিলো সাৰে । সেই পচিশত চাৰি দিয়া পূৰি । পাছ দিয়া সেহি অঙ্কক হৰি । হবিলে অঙ্ক বতে হয় ; সেহি পকা কঠ৷ নাহিকে সংশগ্ন । তেবে চাৰি ক»াই দোনক জান । কহিয়ো কায়স্থ অস্কাৰ প্ৰমাণ । ৩৪। এক পৃঝা মাটিক ধৰিলা একজন। দীর্ঘ নাহি বুলি তাক বুলিলা বচন ॥ পথালী জুথিলা দহ আঙুল আছয় । কহিয়ো কায়স্থ দাৰ্ঘে কতেক লাগয় । শুনিয়া কাঙ্গস্থে পাছে, মনে গুনি চাইলা । চাৰি শতে আমি পাছে পুৱায়ে পূৰিল। সেহি অঙ্ক খানিক ঘে বরিণে পূৰিলা । একৃণ কৰিয়া পাছে বুন্দা শবে দিলা । সেহি খানি গও ভৈপ নিশ্চয় জানিব।। প্রক দ্বগুণ কৰি তাহাক হৰিবা । হৰিলাত অঙ্ক জানা যতেক হোৱয় । সেহি থান দীর্ঘ অন্ধ নাহিকে সংশয় । প্রস্থ জুগুণে গণ্ডা জানিবাহা সাৰ । দীঘক পূৰিয়া তাক কহিও সত্বৰ ।