পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৭৭ } দীর্ঘ অঙ্ক প্রস্থে পূৰি। উভয় অঙ্ক একুশ কৰি। একুশ কৰিলে ৰহে যত। (সহি পানি জানিব পৰম তত্ব। চাৰি শতে দিয়া হৰিব। ভাগ। লব্ধ অঙ্ক পৃৰ পাইবা লা । শেষ অঙ্ক জানিবা যতেক হয়। তাকে। সেহি হৰ নাহিকে সংশয়। পূৰ। দোন কঠা বুজি লৈব। চাৰি কঠায়ে কোন জানিব।। চাৰি শ অঞ্চত পূৰা পৃৰি। ২ দিয়া তাহার হৰি ও ইৰিলে অঙ্ক যতেক হয় দাৰ অঙ্ক সেহি পানি নাহিকে শয়। দীর্ঘ অঙ্কে প্রস্থে পূৰি। উভয় অঙ্ক এণ কৰি । চাৰি শুতে দিয়া হৰিব! ভাগ। পূৰ দোণ কঠা পাইব? লংগ ৪ দীর্ঘে প্রস্থে যত কুৰি হয়। তাক পৃৰিলে পূৰা নিশ্চয়। যত কুৰি বোলে কুৰিক ধৰ। লক্ষ কুৰি বােলে তা শীষ কৰা কুৰিত কুৰি যদি বৰা কয়। তাক পৃথক কৰি বুজা নিশ্চয়।