পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৬ } চৌষ বুঢ়ী গোট পোৰা জান । তাৰ অন্ধ ভাগে জুই পোৱা ৱান । তাৰ অভূ ভাগে পোৱাক জানি । আৰু অন্ধ ভাগে জানা দ্ৰই কানি । তাৰ অন্ধভাগে কাণিক জান । তাৰ অভাগে অৰ্ধক৭ি জান । তাৰ অদ্ধ ভাগে পাইক জান । হৰক মস্তেবে দেখ৷ এমাণ ৬ । ৩২ ২৯ ত থৰচ পূৰি । জগ৷ স্বস্থ নিয়া তাহাক হৰি । হৰিলে দ; বতেক পায় । তাক গগু{ কৰি বুজিবা নিশ্চয় । বোঙ্গে প্রতি পৰে নিশ্চয় জান। জমাত পুৰি টকাক অ্যান। ৬। বস্তুৰ দৰ যত কাৰণ বোলে মহাজন দখক একত্ৰ কৰি হৰ ) কেতিক্ষণ । বিলাত অঙ্ক জানযতেক হোৱয় । ততেক বাৰ গোট নাহিকে সংশয়। ধওঁ দৰে ভাগ দিয়ে তত ভাগ কৰি । ফলক একত্ৰ কৰি বুজিবাক পাৰি । কিছুমান কৰি ঘদি হৰিলে পাকয়। দৰক বুজিয়া তাতে দিবাহে নিশ্চয় । খৰিদৰ কথা আবে এহিমানে থওঁ । পাছে যেন অন্ধ ভৈলা তাৰ কথা কওঁ ।