পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| { ৭৫ } ফেন্তি দিয়া তাৰু হয়। লব্ধ অঙ্কে কৰি পুচায়। বিংশতি দি আনা গন্ধ যত পায়। টকাৰ গা নাহি সংশয়। দক্ষিণাক কৰিবাক জানা এহিমত। উত্তম, মধ্যম, প্রাকৃত যে বিপ্র যত। কত ৰূপ নেই তাক পােণ যে কৰিব। বিক একত্র কৰি দিয়া যে হৰিব। হৰিলাত অয় জানা যতেক যে হয়। সেহবিধ দৰ বিপ্র ইতেক নিশ্চয়। শেষ অঙ্ক খেনি তাতে দৰে বুজি দিবা? এহিতে বিপ্লকর্মে দক্ষিণা কৰিব। যত গােট পােবা কাণিক জানি। ষােড়শ অঞ্চত পৰিব আলি। একুণ কৰিলে আনা জানি। তাহাক আনিব খােলয় কাশি। যদি পাই থাকে চৌও ৭ কৰিবা । যত পাই পুনু তাহাক জুৰিবা। জমা অবুলি কহিলোঁ। সাৰ। যত টকা পায় পণ্ডা লৈ তাৰ ৷ সেই অ আনি কৰা উপাৰ । জমা অঙ্কে হৰা কহিলে। সাৰ। হৰিলে আৰু ভেক পায়। এক পাই পৰে ানা নিশ্চয়।