পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৭৪ ] ওলােটা প্রকাৰে কৰিব ধাৰী। হেঠে হতে শুকাইৰ বাৰী। এই অনুক্রমে কায়স্থ সকলে। পুখুৰীৰ অঙ্ক কৰে দণ্ড পলে। কালী :~-পুখুৰীৰ জান দিন বা পৰ ৰা ফুণ্ড বা যি ক্রমে দিয়ে তাক একুন ঝৰিব, তাৰে যি খিনি অধিক তাকে দিন হলে ও কবি ভাঙি লব । একুৰ দি হৰিলে লৱ যি ৰহে। তেতি দণ্ডে গেল আতে ও পৰ হলে, তাৰে অধিক খানিক যাঠীৰে পৃৰি পল কৰিব। তাকে। পৰ দৰ ক্ৰমে এনাদি কৰিব। লব্ধ ঘি থাকে তেতি পদে গেল। [ বিষম পঞ্জৰ অঞ্চ ] ঘেৰিা গেণ। আদি যি কিনয়। তাহাৰ যদি নিঃম হয় টাৰ নিয়মে দৰক হৰা। দৰক হৰিলে যত গন্ধ অঙ্ক পায় । ভাগে দৰে হৰিয়া জানায় । কাওনৰ নিয়ম :দু গুণ দৰে কাওনক হয় লন্ধ অঙ্কে এগুণ দৰক পৰি। যক পায় কৰি ধৰি। টঙ্কাৰ দৰে কৰি যত হয় ।