পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৩ দিন একূন কৰি পৰিব । গিৰি প্রতি যত হয় বুজি পাব । ৮। দক্ষিণাৰ অৎ ! ব্ৰাহ্মণ শূদ্ৰ যদি সমাস হয়। উত্তম মধ্যম প্রাকৃতিক বিষম ধবে দেই। টঙ্কাৰ দৰে সংখ্যা টখাক হৰিব । লন্ধত ব্ৰাহ্মণক ভাগে ভাগে পূৰি। ব্ৰাহ্মণে ব্রাহ্মণে দক্ষিণ ওলাব। দক্ষিণাৰ ক্ৰমে ব্ৰাহ্মণক বুজি পাব । ভাঃনী – বাণ এশ টকা এশ । উত্তমক তিনি ৰূপ, মধ্যমক ছই ৰূপ, প্রাক্ক এক চাবি ফ্লপ দিব । জাহ্মণক এক ৰূপ দৰে শ টকাক হৰিব লঙ্কক ভাগে ভাগে ঘৰ ব্ৰাহ্মণ হুয়োকে পৰিব। হৰিলে শতকৰ ষি থাকে তাতে ক্রমাঃই বুজাৰ । তিন টকীয়া দৰে ব্ৰাহ্মণ ১২ জনত ৩৫ টকা। স্থই টীয়া দৰে ব্ৰহণ ২৪ জুনত ৪৮ টকা। টকাত চাৰি ব্ৰাহ্মণ দৰে ৬৪ জনত ১৬ টকা। (৯) এক পুখুৰীৰ চতুৰ পশে জান। বিষষ প্রকাৰৰ বহল জান । প্রথমে 'টী দও, দ্বিতীরে বেলি তৃSীয়ে চ নেরে, চতুর্থে ঘুগানি। দও দিক পাক দিবসে হৰি । লঙ্কা ॥হে শুকাইব সব ৰাখী।