পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৭২ ] ৫৫। দৰে ব্যে বিষমকৈ দিলে। টকাৰ দৰে একুণ কৰিলে । আমাৰ কাক হৰিব। লত টকাৰ দৰক ভাগে ভাগে পুৰিব । কুপ কৰিলে মুঠ টকা 'লাৰ। পাছে প্রবাকো ভাগে ভাগে পূৰিব ৰূত। ৫। টকাত কৰি বিষম অঙ্ক গুলাব । ( দ্রব্যৰ দৰ দলে উকাৰ সংখ্যা ওলোৱা নিয়ম) সমৰ হলে একুণ কৰিব । বিষম হলে 'ভাগে ভাগে প্রব্য সংখ্যাত পুৰিব। ভাগে ভাগে লাগে যৰি ভাগ থাকোতে বুজাব। মুঠ লাগিলে একুন কৰি বুজাব। ৫৭। { ঘোৰাই মাহ খােৱ অৰু ] এক ভুনে মাই দিলা মেলি যত পূৰা। যত দিনে তত গিৰিৰ খাই যত ঘােৰা। দিনে ঘােৰায় একুন কৰি মাহক পূৰয়। ব্ধ অত ভাগে ভাগে পূৰি লৈবি তই গিৰি গিৰি যত ঘােয় মাহ নিতে খায় হিচাৰ কৰিমা তাক কায়স্থে বুজায়। অর্থ :- দিনে ঘােৰায় একুণ কৰি। মাহ ধান্যাদি কি হয় তাকে হৰিৰ থাকিব লব্ধ যিমান পানি। তাতে ভাগে ভাগে একো সিৰিৰ ঘােৰ