পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

  • { ৬৯ ] যত পূৰা মাটি লাগে সেহি জন্ধে পূৰি। এক দুঃণে অঞ্চ গণ্ডা পানি। সেহি খানি অঙ্ক দিয়া হৰিবা সত্বৰে। হবিলাত অঙ্ক জানা যতেক ৰে ৰয়। সেহি খানি দীর্ঘ অঙ্ক নাহিকে সংশয়। পুং প্রস্থ গণ্ডা পানি দীর্ঘত তুলি লৈ । একত্র কৰিয়া পাচ্ছে কানি জানি। চাৰি শতে গিয়া তাঁৰ হৰিবা ভাগ। যত পূৰা মাটি লাগে ভাতে পাই লাগ। আব্দুলীয়া পিয়ল জানা ইও এক মত ।

কিতাপত চাই আৰ বুজিওফ তত্ত্ব। ৫। [ সুবর্ণ কিনিবৰ অৰু] যত কারণ তত বুৰী, তাক হৰিব। তিনিএভাগ এৰিলে ৰহে যত । ৰতি প্রতি পৰে তত। | সে কিনিবাক যত কাওণ দৰ দিব। তেৰ কৰা এক কণ্ঠক কাণে লব। কাণে কাপে কৰহ মােল। ছিয়াব্বৈ কতিয়ে সােণর তােলা। যত কাৰ টকা দেই । কাশে প্রতি তেৰ গণ্ডা এক কণ্ঠ লই। তাকে একুন কৰি ৰতিৰে পূৰিব । যতেক ৰতি মানে অনেক পূৰিব ।