পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

তাক একূন কৰি যেতি কোণ হব । তেতি কোণাই দি হৰিব। তেতি দীর্ঘ আৰু প্ৰস্তু ওলাব। ৪। যত দোনৰ মাটি লাগে ষােঙ্গ ৰে পৰিব। প্রস্থৰ গজে যত খানি হয়, সেই দি হৰি। ল বি থাকে সেই দীর্ঘৰ বেৰ। | মাহিন -- বু বং কণ্ঠ সই কৰি দুগুণ বােজ প্রতি টকাত পৰে স্কানি নিশ্চয়। ৰছি আহাজাৰে কহ মাহিনা নির্ণয়। [ আছাদাৰ কায়ই ৰচনা কৰা | যি দৰে ঘােৰা খৰি কৰে। সংখ্যা টঙ্কাক হৰে ফুৰে। অর্থে ঘােৰা যতেক পায়। তাতে বুজি টা বুজায়। ৮। ঘি ব্য শত কাওণে দিয়ে কিনিব । কৰিৰ দৰে দ্ৰব্যৰ দৰে হৰিবেক তাক। ল অঙ্কে সংখ্যা অঙ্কক পৰি। যত ৰ তাক পাইবা বিচাৰি। ১। আৰু এক পিয়লৰ মত কহো না । চাৰিণ এক আনি কৰিবা দুগুণ। সেই আৰু খানিক যে শে দি পৰিব। আঠ ৰে হাজাৰ অ হাতে পানি। পুং সেই অক ৰে বােড়শে পূৰিবা।