পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

. [ ৬৭ } দীর্যে ভূৰি প্রস্থে কুৰি। বেঞক পৰিবা একুশ কৰি। চাৰি শুতে হৰিলে ৰয় ধত। পূৰাৰ মাটি লৈষা তত। স্থৰ বেঞ জুখি বেতি পূৰাব মাটি লাগে। দীর্ঘৰ বেঞ বুজিব খােজা অপ্রথমে খেতি পুৰাৰ মাটি বলে। তাকে চাৰি শত দিয়া পৰিবো। পাছে প্রস্থৰ মত বেঞ হয়, তাৰে হৰি। লব্ধ যি থাকে সেই দীর্ঘৰ অৰু। চতুৰ সীমা মাটিৰ জোখা বর্গাকৃত ভুমি যাহা পায় তাহা যদি একুন বুজায় । বেদে হৰিলে ৰহে বত। দীর্ঘেও সেই পানি প্রন্থেও তুত। বেগ শত হৰিলে পূৰ্য জান। বর্গাকৃতি ভুমিৰ এই প্রমাণ। ০৫। কোণাকুনি যদি হয় তুমি খান। কোণাৰ একুণে হৰিয়া আন। লঙ্কাত মাটিৰ পৰা নােহে মানে। পূৰাৰ পৰা বিস্ত হয় যত। লব্ধ হৰে দিয়া চাৰি শত। অর্থ প্রস্থ বা দীর্ঘৰ বেৰ বলি। দহ পাঞ্চ আদি কোম্পানি হয়।