পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৬৬ ] পােণে কৰাই যেৰে পূৰা। তিনি শক তিনি সৰি ধৰা । পােণে কণ্ঠে দেখা যাৰ । এক শক। এক সৰিহা লৈ তাৰ গণ্ডায় কাণ্ঠে পূৱা যেৰে । এক ৰেণু লৈব তেবে। কৰাক কৰায়ে যেবে পূৰিবা । পঞ্চদশ বা তাৰ ধৰিবা। কৰায় কণ্ঠে যেৰে পূৰি। পঞ্চবানা তাহাৰে ধৰি। ক্ষেত্র বুনিৰ বচন যত । এই মানে তৈলা সমাপাত। [ পিয়লৰ কথা ! ৪১। চাৰি সুখয়ে এক ৰেণুকা। চাৰি ৰেণুকায়ে এক জোখা । চাৰি জোখায় এক পােৱা । চাৰি পােৱাই ক ক। তিনি কণ্ঠে হয় এক কৰা। চাবি ফৰাই এক গণ্ডা। কুৰি গই এক পােণ। ষােভ পােণে এক কারণ। ২। চব্বিশ আঙ্গুলে হয় হাত। আঠ হতে বেঞ (টাৰ} প্রখ্যাত।