পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

মাত্রাক মাত্রে লক্ষ্য কৰি ক্ষেত্ৰ বুজনিৰ বচন ধৰি। এতেকে পূৰণিৰ অঞ্চ চয়। পাইবাহ দেখা নকৰিবা ভয় চোকে চোকে দেখা যাৰ । পােশ মাত্র লৈ তাৰ। চোকে পােশ চাব পাৰি। তাৰ লৈবা এক বুৰী । পােণে পােণে পূৰা যােবে। পঞ্চবং বৈবা তেবে। গাই গাই যেৰে পূৰিবা। তিনি সৰিহা তাহাৰ ধৰিবা। চোকে গণ্ডায় যেৰে পূৰা। তাৰেই ল’বা এক কৰা । চোকে কয় যেৰে পূৰিবা . পঞ্চদশ শ কা তাৰ ধৰিব। চোকে কণ্ঠে দেখা যাৰ। পঞ্চ শকা লৈ তাৰ । চোকে শুকায় দেখা যেৰে। এক সৰিহা লৈ তেবে। চোকে সৰিয় যেবে পূৰি। এক ৰেণু মাত্র তাৰ ধৰি। পােণে গতাই দেখা যেৰে । পঞ্চদশ শফা ধৰিবা তেৰে।