পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

PLEASE HANDLE THE BOOK CAREFULLY ৩৮। ধেনু আকুতি ভূমি যতেক যে পাই । জোৰে জোৰে জুখি লৈবাহা কে তাই কাণ্ডে কাণ্ডে তাহা যে জুধিয়া যে লৈবা । বহি দিয়া তাহাৰ যে ভাগৰু হৰিবা। ৩৭) সুপক্ক কোমােৰ গােট নােহে কাণ। কুজা। হিচাব কৰি তাৰ পাৰিক বুজা। পূৰ কুণ্ডৰ জানা যতেক যে ৰেখা। তাহাক দু গুণ কৰি কৰিবাহ লেখা। চৌত্রিশে পৰিবা তাক বত্রিশে যে হৰি। ধনিয়া মণিয়া যত গোটক যে এৰি। তাক লিখিয়া লৈ যতেক রে । সোহ খানি গোট ভৈলা নাহিকে সংশয়। কাৰৰ মতে পাকৰিত বিৰাৰৈ গােট । সুপঙ্ক কোমােৰা গোট নাহি বঢ়া টোট। কহে জ্যোতিষ চুড়ামনি এৰা আন কাম। সমন্তে জানিবা একে বােলা ৰাম ৰাম। ৩৮। দণ্ড কোষ দখ ছয় দী। চাৰি বেধে এক বেণু। এশ বেণুগে এক তাল। বুৰি তালে এক দণ্ড। সপ্ত বালাই হয় ও বশ ওৈ কষ্টি { কান্তি}।