পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| { ৬২ ; চাৰি শত দিয়া হৰিবাহা ভাগ লঞ্চে অঙ্কে পুৰা পাইৰা লাগ । ৩৪। গােমূত্র ভূমিৰ বক্র থেৱে স্বধী তথ্য। পেটে ভেঞ্চুৰে তাক জুখি লৈব তথা। পেটক ভেৰেৰ পংক্তি যে হৰিবা । দীর্ঘত পৰিয়া ভেজুৰৰ লব্ধ লইবা। চাৰিত দিয়া তাৰ ৰিহা জাগ। লৰ অৰুে পুৰা দোণ পাইবা লাগ। ২। পৰ্বত জুখিব খােজে যিটো নৰে। চাৰি বেৰে আগে গােৰে মধ্য লেখা কৰে। দীর্ঘত বেৰৰ অঙ্ক যত পূৰি পায়। চাৰি শতে হৰি তাৰ পূৰা তত লই। দীর্ঘ প্রস্থ নাই আৰু শুনা বিবৰণ। গৰি শত অঞ্চ আনি কৰিবা স্থাপন। যত পূৰা লাগে সেহি অঞ্চত পূৰিবা । প্রস্থ এক ধৰিয়া যে হাতে হৰিব। হৰিলাত অঙ্ক জানা যতেক যে হয় । সেহি খানি দীর্ঘ অ নাহিকে সংশয় । দীর্ঘ অল্প খানিক যে প্রস্থ দিয়া পৰি। উতৰ অঞ্চক জানা একত্র যে কৰি। চাৰি শত দিয়া তাৰ হৰিহা গুগ। যত পুৱা মাটি লাগে তাতে পাইবা নাগ।