পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

{ ৬১ ] খোকা কুণ্ডলি আকাৰ মেদিনী খান। চৌমেৰ কৰিয়া জুখিয়া আন । বেদে হবিবাহ কহিলে। জানি। লুব্ধক শব্ধে পুৰিবা আমি চাৰি শত দিয়া হৰিবা ভাগ। লব্ধ অঙ্কে পূৰা পাইবা জাগ ও ত্রিকোণ ভূমিৰ শুনা কাৰণ । দুই কাল জুশি কৰা সমান। কেফালে আনি অর্ধেক লইবা। প্রস্থ অঙ্ক বুলি তাহা জানি। দীর্ঘ অঙ্ক দিয়া প্রস্থ ক পৃৰি। উভয় অঞ্চক এক কৰি। চাৰি শত দিয়া পূৰিবাহ ভাগ। পূৰ দোণ কঠা পাইবাহ। লাগ। ৩। সৰ্পৰ আকাৰ মেদিনী খান। দফে দক্ষ তাক জুধিয়া আন। যত দৰুে হোয়ে একত্র কৰি। দফা দিয়া তাৰ ভাগক হৰি। হৰিলাত অৰু জানা যতেক পায়। সেহি প্রস্থ অঙ্ক নাহিকে সংশয়। প্রস্থ অ খানি দীর্ঘত পৰি। উভয় অঞ্চ একুক কৰি।