পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

| [ ৫৯ । হৰিলাত অঙ্ক না যতেক যে হয়। সেহি খানি দীর্ঘ অঞ্চ নাহিকে সংশয়। প্রত দু গণ্ডা জানিবাহা সাৰে। দীর্ঘত গুনিয়া তাতে বুজিয়াে সৰে। চাৰি শত দিয়া তাৰ হৰিবাহা ভাগ। এপৰা মাটিক যে শুতে পাইবা লাগ । যত যত আঙ্গুল পিয়ল যিটো ধৰে । সেহি মতে কৰিবাহা কহিলেহে সাৰে। লােৱ শত পূৰ তাতে বুজিয়া নিশ্চয়। | শে। আঙ্গুল আক পিয়ল বোলয়। টাৰত আঙ্গুল যদি বুজিবাক চাৰে । চশ অালে হাত নিশ্চয় । য হবে। যত হাত হােৱে তাক চাৰিশতে পূৰি। ভাল থাকয় যদি তােত যে যুবি। গুক কৰিব তাক গা কৰিয়ােক। একত্র কৰি তাৰ তাতে বুজিয়েক ॥ আধা টাৰৰ দুই চোক জানিবা নিশ্চয়। চোকে তে হাত চাৰি আঙুল হােৱয় । দুই পােণে এক জলে আৰু যে আঙ্গুল। একুশে বুজই যদি কুৰি যে ভাল। এক পােণে দশ আঙ্গুল জানিয়ােক। দশ গণ্ডায় পাচ আঙ্গুল লয়ােক। দুই ভাই এক অলি জামি লৈবা। কিতাপত চাই আৰু প্ৰমাণ লইযা