পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৫৬ 1 বান দিয়া সেহি অঞ্চ হৰি পেলাওক। অস্ক ত পাই তিনি ভাগ কৰিছে। শেষ ভাগ তিনি দিয়া পৰিবা নিশ্চয় । একত্র কৰিলে তাতে মনুষ্য ওলায়। দৰে দৰে ভাগক যে পূৰি চাহিয়ােক। একত্র কৰিয়া তাতে ৰূপ জানিয়ােক। এহি দৰে যত স্বত ৰূপক যে দিবা। এহি মতে বুজিবাহ নাহিকে সংশয়ােক। ২x২ = ৪ • টকা ৬০-এ { ৪র্থ) আক এফ নে কিছুমান কৰি দিল । দক্ষিণাক কৰিবাক আদেশ কৰিলা। চাৰি অনা দুই অন্য এক অনা জান। শেষ ভাগ যত থাকে লওক প্রমাণ। চোক পােণ গণ্ডা যদি শেষ ভাগে থাকে