পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৫৫ ] তিনি ৰূপ উত্তমক দান কৰিওক । মধাম জন এক আধলি দিও। প্রাকৃতক এক শিক্ষা কৰিলাে যে দান। এহি খানি দৰ তৈলা লয়ে প্রমাণ। উত্তম চব্বিশ জন মাহিয়া আনিব। তিনি ৰূপ কৰি তাসম্বাক দান দিবা। চব্বিশ বিপ্রত বাস্ত্বৰি ৰূপ জান। মধ্যম বিপ্লব পাছে লয়ােক প্রমাণ। আধলিৰ কাতে বিপ্র ছয়ত্রিশ গৈল। অষ্টাদশ ৰূপ গৈলা নিশ্চয় জানিলা। এক শিকা দৰে চল্লিশক জানিও। দশৰূপ গৈলা গতে নিশ্চয় বুয়ােক। এহি দৰে শত বুজিব পাৰি। ভিঃ দৰ থােয়ে যদি ভিন্ন পৰে কৰি। আৰু এক শত ৰূপ নৃপতি যে দিল। উত্তম মধ্যম হীন এক শত ভৈলা । তাৰ সবে পাছে আনি ভাগ কৰিলে। উত্তমক দুই ৰূপ দান কৰিলে। মধামক দেৰ গােট কৰি ৰূপ দিল। প্রাকৃত জনক লাগি আধলি যে খৈলা। কহিছে কায়স্থ সব স্থিৰ কৰি মন । উত্তম মধাম প্রাকৃত যে কত জন । কায়স্থে বোলয় শুনিয়ে মহান। একশত ৰূপ তুমি লােৰ। এতিক্ষণ।