পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

এহি মুতে যত কারণ বােলে মহাজন। কৰক একত্র কৰি হৰা তাৰক্ষণ হৰিলাত অঞ্চ জানা যতেক যে হয়। ততে সুব্যৰ গােট নাহিকে সংশয়। যেটি ভাগ দৰ দিয়ে তেতি ভাগ কৰি। ফলক বুজিবা তাতে এক যে কৰি। কিছুমান কৰি তাতে হৰিলে থাকয়। দৰক বুজিবা তাতে কহিলে। নিশ্চয়। আৰু এক খৰিদ শুনিও আতপৰ। বিষম খৰিদ আক বোলে সবে ন। এক মহাজনে সাত কাওণ কৰি দিল। সাত কাওণ ফল লাগে নিশ্চয় বুলিলা ॥ মােৰ তাম্বুলৰ তিনি কৰা কৰি জান। মৰক একত্র কৰি হৰা আৱক্ষণ। কোমল তাম্বুলত যে দুই কৰা আন। এক কৰা কৰিৰ যে চাৰি গােট আম । কাত কিবা কৰি ফুল কহিয়াে নিয়ম। শুনিয়া কায়স্থে পাছে মনে গুনি চাইল। দুই তিনি এক এহি ছয় অঙ্ক পাইলা। এক এক চাৰি ইয়াে ছয় অঙ্ক ভৈলা। অনুক্রমে দুদিশ পাতিয়া তাক লৈল।। দুই ফালে কৰি পাতিয়া যে লৈবা।