পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৫২ ] ২৩। আৰু খৰিদৰ কথা শুনা তাত পৰ। বিষম খৰিদ আক বােলে সবে নৰ। পাঁচ কৰা কৰি যে তেৰ গােট ফল। কহিয়ে কায়স্থ সব কত ফল হল। বাণে হৰি তাহাক যে ত্রয়োদশে পূৰি। একত্র কবিয়া তাতে বুজ দ্য কৰি। ২৪। আৰু এক কাওণ কৰি দিল! এক জন। খৰিদ যে কৰিবাক বুলিলা বচন। কৰি কাণ লইয়া বাৰে চলিল। । সাত পাঁচ চাৰি দিয়া ফলক কিনিলা। পাছে মহাজনে এক বুলি বচন। যত ফল পাইলি মােক কহ এখন। শুনি ধুতে তিনি পােল ফল আনি দিল। তিনি পোপ ফল পাই মনত নিল। কাত কিবা দৰ কৰি ফল কহিয়ো যতনে। দুতে বেলে বুজি দেওঁ লােৱা এতিক্ষণে। পাছে কৰি কাণক কৰা কবিনে , দক একত্র কৰি দৰে হৰিলে। হাৰত আশি আশি দেখিকে তাক। তিনি দৰে তিনি আশি বুলিলে যাক। ভাগে ভাগে বুজা যদি দৰে পূৰি চোৱা । পৃথকে পৃথকে ফল কৰি নয়ে কোৱা।