পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

খবিদ। ২১। খৰি কৰিবে প্রতি বােলে বিধান। দৰদিয়া অঙ্কক যে হৰিবা তেখন। হৰিলাত অঙ্কু জামা ষকে যে হয়। তত কৰ দ্ৰব্যৰ গােট নাহিকে সংশয় মৃত ৰূপ ধৰি বোলয় যি জন। তাক কৰা কৰিবাহা বুলিলে। বচন যদি পােণ গণ্ডা বােলে তাহাক কৰিবা । যেহি দৰে দিয়ে সোহ দৰে দি হৰিবা । লিত অঙ্ক জানা যতেক যে হয়। ততেক ব্যৰ গােট নাহিকে সংশয়। ২২। আৰু এক কাৰণ কৰি দিশা একজন। খৰিক কৰিবাক বুলিলা বচন। দেৰ কৰা কৰে ফল কিনি দিয়া আনি। কত ফল পালে মােক কহিয়ােক জানি। হেন শুনি কায়স্থে যে মনে গুনি চাইলা। এক কাণ দুই চোক তাহাতে জুৰিলা। দুই চোক দুইপােণ তেৰ গণ্ডা জান। আৰু চাৰি কণ্ঠ জানা অন্ধৰ প্রমাণ। এহি দৰে ধৰিদ বােয় যত কাও। তাক এহি দৰে বুজা নিষ্টিক বচন।