পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৫ ] ২৫। (৬ দিন হলে ) আৰু এক মহিনীৰ কথা কও না। বছৰ মহিন তাক বোলে সনা। এক মহাজনে এক পাইকক যায়ে। বছৰৰ মূৰত সেহি দশ রূপ পারে । মহাজনে পাছে কায়স্থক সুধিলেক। দিনে প্রতি কত পৰে তাক কহিয়েক । শুনিয়া কায়স্থে পাছে মনত গুনিল। একরূপ আনি পাছে মনত কৰা কাক কৰিলা। বাৰ শত আশী কৰা তাহাক জানি। তিনি শত যাঠী দিয়া ভাগক হৰিবা । হৰিাত অঙ্ক যতেক যে হয় । দিনে প্রতি পৰে সেহি নাহিকে সংশয়। ৰূপে প্রতি তিনি কৰা এক কঃ জান। আৰু চাৰি দস্ত জান অঞ্চৰ প্ৰমাণ ৪ ইটো কথা এহিমানে সংহৰিয়া থওঁ। ধৰিদৰ কথা কিছু প্রপক্ষিয়া কওঁ।