পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৪ ] গিৰিত ভগাই আক দিয়া ভাগ কৰি। ছয় উকা এক শিকা আঠ গিৰি ধৰি। ইয়াৰ জানি আবে শুনা আতপৰে। পাচসিক কৰি তিনি গিতি যে ধৰে । দশ আন। তিন গিৰি তাহাতে জানি। সাত আনা তিনি আন। তাতে লিখি লৈ। এহি আঠ গিৰিক যে এক ভাগ কৰি । অপৰ ভাগক তাতে বুজিবা নিষ্ট কৰি । পঞ্চবৰ কথা আবে এহিমানে থওঁ । মাহিনাৰ কথা কিছু প্রণঞ্চি। কওঁ।