পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৪৭ } জমা অঙ্ক বুলি তাক জানিহা সাৰে । যতৰূপ কহে গণ্ডা কৰিবাহ। তাৰে । সেহি অঙ্ক খানিক যে কৰিব। উপৰ। জমা অঙ্ক দিয়া হৰা কহিলেহে সাৰ । হৰিলাত অঞ্চ জানা যতেক যে হয় । এক কাণি পৰে সেহি নাহিকে সংশয় । যত মৌজা থাকে তাকে কাশি যে কৰিব।। সেহ অঙ্ক খানি দিয়া তাহাতে পৰিব । সবাকে একত্র কৰি ৰূপ জানিও। কহে চুড়ামার্গ চাহি প্রমাণ লয়ােক। ১৮। আৰু এক পঞ্চকক শুনিও আতপৰে । দেৰিয়া পঞ্চক আক বােলে সব মৰে। যােল্প ভাতৃ সমে এক গিৰি যে আছিল। সাৰে বাৰ ৰূপ লাগে তাহতে জানিলা। চাৰিৰি পাচ শিকি কৰি জানিও। চাৰি গিৰি চৈধ্য আনা তাহাতে লৈওক। চাৰি গিৰি দশ আনা বুজিয়া যে লৈ । তিনি গিৰি সাত আনা তাহাতে জানিব । এক গিৰি তিনি আনা ভাবত বুজিয়ােক। এহি মতে যােঙ্ক গিৰি বুজিয়া লৈয়ােক। দুই ভাগ কৰি আক দিক ভগ ই। ছয় টকা এক শিকি ভাত যে হোৱয়।