পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৪৪ ? | ত্রিশ বিশত আনি খৰচ পুৰিব। জমা অঙ্ক দিয়া তাৰ ভাক হৰিবা । হৰণত অঙ্কু জানা যত খানি হয় । সহি খানি গণ্ডা বুলি জানিবা নিশ্চয় গিৰি প্রতি পৰে তাক জানিবাহা সাৰে । জামাত তুলিয়া তাক বুজিয়া সত্বৰে। {২য় ) যত গােট পাইক পােৱা কাণিক যে আনি। যােড়শ অঙ্কত তাক পূবিবাহ আনি। একুন কৰিলে তাকে অনা কৰি আনি। তাহাক জানিব। নিষ্টে বােলে সবে কাণি। যদি পাই থাকে তাক চৌগুণ কৰিবা । যদি পাই থাকে আৰু তাহাতে পুৰিবা । জমা অৰু বুলি তাক জানিবাহা সাৰে। যত টকা ফহে গণ্ডা কৰি সৰে। গণ্ডা কৰিৰৰ অৰে শুনিও ধৰণ। তিনি শত বিশ আনি কৰিবা আপন। ৰূপ দিয়া হাত যে পৃৰিব। নিশ্চয়। সেহি খনি গণ্ডা হোৱে নাহিকে সংশয়। সেহি অঙ্ক খানিক যে কৰি উপৰ। জমা অঙ্ক দিয়া হা কহিলেহু সাৰ।