পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৮। [ ৪৩ ] পাচ যে কাওণ হােৱে জানিব সত্বৰে । নব দশে নব্বৈ পােণক যে জানিওক । পাচ কাওণ দশ পােণ তাতে যে লৈয়ােক। দিশ দশে শতেক পােণক জানা সাৰে। ছয় কারণ চা পােণ বুজিও সত্বৰে । পােৰ ভাগক আবে ওহি মানে থওঁ। চোৰ ভাগক পিছু প্রপঝিয়া কওঁ। এক চোকে দহ চোক জানিবাহা সাৰে। সাৰে দুই কাপ হোৱে বুজিবাহ সাৰে । দুই দশে কুৰি চোক পচ কাওন জান। তিন দশে শি চোকে সাৰে সাত কারণ। চাৰি দশ চল্লিশ (চাকক জানিওক। ' দশ কাল ভৈল তাত নিশ্চয় লওক। পাচ দশে পঞ্চাশ চোক সাৰে বাৰ কাণ । ছয় দশে ষাঠী চোক পােন্ধৰ কাণ্ডণ। সাত পশে সৰি চোক জানিও। সাৰে সপ্তদশ কাওন নিশ্চয় লৈওক। আঠ দশে আশী চোকে ফুৰি কাওণ জান। নব দশে নব্বৈ চোকে সাৰে বাইশ, কারণ। দশ দশে শতেক যে চোক জানিও। পপি কাওণ ভৈলা নিশ্চয় লৈওক। কি কহিববা ইটো কথা এহি মানে কৈলা। পঞ্চকৰ কথা শুনা যে মত ভৈলা।