পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৪২] পাঁচ দশে পঞ্চাশ গণ্ডাক জানা সাৰে । দশ বুৰী বুলি সেহি জানিবাহ। সাৰে । ছয় দশে ষাঠী গঙা তাহাতে যে জান । সাত দশে সত্বৰি গণ্ডাৰ যে প্রমাণ। আঠদশে আশী গণ্ড চাৰি পােণ হয়। এক চোক হােৱে সেহি নাহিকে সংশয় । নব দশে নব্বৈ গুণ্ডা বুলি তাক জান। চাৰি পােণ দশ গা ভাগ প্রমাণ। দশ দশে শতগণ্ডা পাচাপােণ ডন। গঙা শেষ ভৈলা এবে পৌণৰ প্রমাণ। এক পােণে দশ পােণ নিশ্চয় জানিবা । দুই দশে কুৰিপােণ পাঁচচোক লৈবা । তিনি দশে ত্রিশ পােশ জানিবাহা সাৰে। এক কাণ চৈধ্য পোণ জানিবা সত্বৰ। চাৰি দশে চল্লিশ পােণক জানিও। দুই কারণ আঠ পােণ তাহাতে লৈয়ােক। পাঁচশে পঞ্চাশ পােণক জানা সাৰে। তিনি কাওন দুপােশ বুলিও সত্বৰে। ছয় দশে যাঠী পােণ জানিবা নিশ্চয়। তিনি কারন তিনি চোক নাহিকে সংশয়। সাতে দশে সৰি পােশক জানিও। চাৰি কাণ দুপােশ তাহাতে লৈয়ােক। আঠ দলে আশী পােশ জানিহা সাৰে।