পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৪১ ] তিনি দশে ত্রিশ ধে কড়াক জানিব । সাৰে সাত গণ্ডা হয়ে তাহাতে যে লৈবা। চাৰি দশে চল্লিশ কৰাক জানিও। দশ গণ্ডা বুলি তাক নিশ্চয লওক। পাচ দশে পঞ্চাশ বৰ৷ জানিওক । সাৰে বাৰ গা বুলি তাক বুজিওক। চুদশে ষাঠী কৰা শ কৰি জান। পঞ্চদশ গও। ফোরেলয়ো প্রমাণ। সাদশে সৰি কৰাক জানিও। সাৰে সত্বৰ গাত তাহাতে কয়েক মাঠ দশে আশী কৰা জানা মহাশয়। একপােণ হােৱে তাত নাহিকে সংশয়। নব দশে নব্বৈ কৰক যে জানিও। একপােণ দশকৰা তাহাতে লৈয়ােক। দশ দশে শতকৰা জানিবাহা সাৰে। পাঁচ বুৰী বুলি তাক বুজিবা সত্বৰে ॥ কৰাৰ কথা আবে এহিমানে থওঁ। গণ্ডাৰ কথাক কিছু প্রপঋিয়া কওঁ। চানত গতাক সে দশ গা লৈবা} দুই দশে এক পােণ নিশ্চয় জানি। তিনি দশে ত্রিশ গণ্ডা জানিবা নিশ্চয়। ছয়বুৰী হোৱে সিটো নাহিকে সংশয়। চাৰি দশে চল্লিশ গাক জানিওক । দুই পােশ বুলি তাক নিশ্চয় লয়ােক।